SOME MAJOR BENEFITS OF WEARING
OR USING MALACHITE STONE:
– INCREASE SELF LOVE
– INCREASE KINDNESS
– BOOST CONFIDENCE
– UNLOCK THE HEART CHAKRA
– CURES HEALTH DISEASE
– REDUCE NEGATIVE ENERGIES
– HEAL HEART CHAKRA &
– THROAT CHAKRA
– CONTROL VENUS PLANET
@ এই Crystal টোৱে Heart Chakra আৰু Throat Chakra ক heal কৰে।
ই জন্ম কুণ্ডলীৰ শুক্ৰ গ্ৰহৰ অশুভ প্ৰভাৱ নাইকীয়া কৰি শুভ প্ৰভাৱক আকৰ্ষণ কৰে।
ই টকা পইচা অহাৰ ৰাস্তা মুকলি কৰে আৰু অৰ্থনতিক সংকট দুৰ কৰে
ই আমাৰ দেহটো Vibration কৰাৰ লগতে বহুতো বেমাৰৰ পৰা সুৰক্ষা দিয়ে।
← ই আমাক নিজৰ চিন্তা, কৰ্ম আৰু অনুভৱৰ দায়িত্ব ল’বলৈ শিকাই
ই মহিলাৰ Menstrural Dsiorder নাইকিয়া কৰি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে
ই মনৰ অস্থিৰতা নাইকিয়া কৰে আৰু মূৰৰ বিষ নাইকিয়া কৰে
ই immune system টো মজবুত কৰি ৰাখে
ই টকা পইচা অহাৰ ৰাস্তা মুকলি কৰে আৰু অৰ্থনতিক সংকট দুৰ কৰে
Reviews
There are no reviews yet.