Dhan Laxmi Shree Yantra Pyramid
Benefit :-
-We Deal in Energized Product
-Stones for healing.
-Excellent stone for diplomats, negotiators, and business people.
-It is used for all types of severe pain, anger, fear, anxiety.
-Inspire and encourage meditation, selfless giving, and service to humanity.
-Remove Negative Energy
-Raise your Vibrations
-Charming Aura
-Attract Wealth & Prosperity
-Remove Vasto Dosha
-Provide Relaxation
-এই ধন লক্ষ্মী শ্ৰী যন্ত্ৰ পিৰামিড ঘৰত বা ব্যৱসায়িক প্ৰতিষ্ঠানত ৰাখিলে চাৰিওকাষৰ
পৰিৱেশটো ধনাত্মক শক্তিৰে পূৰ্ণ কৰি ৰাখে ।
-এই ভাগ ৰাখিলে লক্ষ্মী নাৰায়ণ ৰ কৃপা দৃষ্টি পোৱাৰ লগতে মহাদেৱৰো আশীৰ্বাদ পোৱা যায় যাৰ ফলত সকলো ফালৰ পৰা উন্নতি কৰিব পৰা যায়।
-এই ভাগ আপোনাৰ ওচৰত ৰাখিলে কূটনীতিবিদ, আলোচনাপন্থী বা আপোনাৰ
যি বেয়া হোৱাটো বিচাৰি থাকে এই শক্তিৰ সহায়ত আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰিব৷
-এই ভাগ আপোনাৰ ঘৰত ৰাখিলে গ্রহদোষ, কাল দোষ নাইকিয়া কৰি ঘৰৰ পৰিৱেশ সুন্দৰ কৰি ৰাখে।
-বিবাহিত দম্পতিয়ে এইভাগ ঘৰত বা ৰুমত ৰাখিলে প্ৰেম সমন্ধ আৰু বৈবাহিক জীৱনত সুখ
সমৃদ্ধি বৃদ্ধি হয় আৰু মধুৰতা আহে ।
-অর্থনৈতিক দিশটো উন্নতি কৰাৰ লগতে Money Blockage নাইকিয়া কৰি Money Attraction বৃদ্ধি কৰে৷
-সকলো ধৰণৰ ঋণাত্মক শক্তি, তন্ত্র মন্ত্র, কলা যাদু, নজৰ আদিৰ পৰা সুৰক্ষিত কৰি ৰাখে ।
-শাৰীৰিক সমস্যা ৰ লগতে বেমাৰ আজাৰৰ পৰা সুৰক্ষিত কৰে৷
Reviews
There are no reviews yet.